Changes

Jump to navigation Jump to search
3,105 bytes added ,  04:47, 5 February 2016
Line 1: Line 1:  
=Resources created in Assamese by the Assamese STF teachers=
 
=Resources created in Assamese by the Assamese STF teachers=
   −
==Ubuntu, Files and Folders==
+
==Ubuntu, Files and Folders ফাইল আৰু  ফল্ডাৰ==
 +
#যেতিয়া আমি কোনো ৰচনা বা বাৰ্নামুলক্ বিষয়ে এটা বা কোনো ৰঙিন ছবি আকি তাক ভৱিষ্যত বাবে জমা কৰি ৰাখি থব বিচাৰো তেতিযা আমাক ফল্ডাৰ প্ৰয়োজন হয় | ফল্ডাৰ এটাত একাধিক বিষয় বা ছবি সাচি ৰাখিব পাৰো | আমি কম্পিউটাৰত যিমান কাম কৰো সকলোবোৰ ফাইল হিচাপে ফল্ডাৰ এটাত জমা ৰাখিব পৰো | উদাহৰণ স্বৰূপে  যিমান কাৰ্যসূচী , ফটো , লিখিত প্ৰমানপত্ৰ , গান, চলচিত্ৰ আদি সকলোবোৰ ফাইল হিচাবে আমি এটা নিৰ্দিষ্ট ফল্ডাৰত সোমাই থব পাৰো | এটা ফল্ডাৰে আৰু বহুতো উপ ফল্ডাৰ সঞ্চয় কৰি ৰাখিব পাৰি | ফল্ডাৰবোৰ ডিস্ক ড্ৰাইভত জমা কৰি ৰখা হয় |
 +
#উবোন্টোয়ে ব্যৱহাৰ কৰা ফাইল মেনেজাৰৰ নাম হ’ল নউটিলাছ |নউটিলাছ ব্যৱহাৰ কৰি আমি ফল্ডাৰৰ সৃষ্টি , ফাইলবোৰ  প্ৰদৰ্শিত আৰু ফাইলৰ সুসংগঠিত কৰিব পাৰি |এই ফাইল মেনেজাৰে ফাইলবোৰ সুসংগঠিত কৰি ফল্ডাৰত ৰাখে | ফল্ডাৰৰ ব্যৱহাৰেৰে ফাইলবোৰ সহজে উলিয়াব পৰা যায়|আমি ফাইলবোৰ সহজে উলিয়াব্ পাৰো | আমি ফাইলবোৰ কপি কৰিব পৰো , নতুন ফাইল বা ফল্ডাৰ সৃষ্টি কৰিব পাৰো | নলগা ফল্ডাৰ আৰু ফাইলবোৰ নোহোৱা কৰিব পাৰি , নতুন নাম দিব পাৰি ইত্যাদি কাম ফাইল মেনেজাৰৰ দ্বাৰা কৰিব পাৰি |
 +
#ফল্ডাৰৰ এক অৰ্থপূৰ্ণ নাম দিব লাগে , নাম নথকা ফল্ডাৰ অৰ্থহীন | যেতিয়া আমি গণিত বিষয়ে কোনো ফ্ল্ডাৰ সৃষ্টি কৰিম তেতিয়া তাৰ নাম হয় ত্ৰিভূজ নাইবা চতূৰ্ভুজ্ ইত্যাদি ব্যৱ্হাৰ কৰিব লাগে| 
 +
প্ৰস্তুতকাৰক, গনিত শিক্ষক ,বৰপেটা
    
==Libre Office Writer==
 
==Libre Office Writer==

Navigation menu