Line 10:
Line 10:
==Geogebra==
==Geogebra==
−
GeoGebra
+
#GeoGebra হল এক ধৰণৰ কম্পিউটাৰ software যাৰ সহায়ত আমি জ্যামিতি আৰু এলজেব্ৰা অতি সহজ আৰু ফলপ্ৰসু ভাবে কম্পিউটাৰৰ সহায়ত শিকিব পাৰো । ইয়াৰ সহায়ত গণিতৰ বহু জটিল জ্যামিতিক ধৰ্ম আৰু সমস্যা সমূহ অতি সুন্দৰ আৰু সৰল ভাবে শিকিব পাৰি ।
−
GeoGebra হল এক ধৰণৰ কম্পিউটাৰ software যাৰ সহায়ত আমি জ্যামিতি আৰু এলজেব্ৰা অতি সহজ আৰু ফলপ্ৰসু ভাবে কম্পিউটাৰৰ সহায়ত শিকিব পাৰো । ইয়াৰ সহায়ত গণিতৰ বহু জটিল জ্যামিতিক ধৰ্ম আৰু সমস্যা সমূহ অতি সুন্দৰ আৰু সৰল ভাবে শিকিব পাৰি ।
এতিয়া প্ৰশ্ন হল কম্পিউটাৰৰ এই নিদেশাৱ্লী প্ৰস্তুত কাৰীয়ে কিয় ইয়াৰ নামাকৰণ Geogebra ৰাখিলে ? Geo মানে হল geometry আৰু gebra মানে হল algzebra । Geogebra software ৰ সহায়ত আমি সকলো ধৰণৰ জ্যামিতিক ছবিক algzebra ৰ সমীকৰণ ৰূপত প্ৰকাশ কৰিব পাৰো । এই নিদেশাৱ্লী সহায়ত আমি একে সময়তে জ্যামিতিক ছবিক আৰু তাৰ গাণিতিক উপস্থাপন দেখা পাব পাৰো, সেয়েহে ইয়াৰ নাম ৰখা হল geogebra ।
এতিয়া প্ৰশ্ন হল কম্পিউটাৰৰ এই নিদেশাৱ্লী প্ৰস্তুত কাৰীয়ে কিয় ইয়াৰ নামাকৰণ Geogebra ৰাখিলে ? Geo মানে হল geometry আৰু gebra মানে হল algzebra । Geogebra software ৰ সহায়ত আমি সকলো ধৰণৰ জ্যামিতিক ছবিক algzebra ৰ সমীকৰণ ৰূপত প্ৰকাশ কৰিব পাৰো । এই নিদেশাৱ্লী সহায়ত আমি একে সময়তে জ্যামিতিক ছবিক আৰু তাৰ গাণিতিক উপস্থাপন দেখা পাব পাৰো, সেয়েহে ইয়াৰ নাম ৰখা হল geogebra ।
−
Geogebra software ৰ সহায়ত আমি অকাঁ জ্যামিতিক ছবি সমূহক animate কৰিব পাৰো, লগতে কেনেকৈ কিছুমান জ্যামিতিক ছবিৰ মান্ যেনে দীঘ, কালি, পৰিধি আদিৰ মান্ dynamically কেনেকৈ সলনি হয়, পাব পাৰো ।
+
#Geogebra software ৰ সহায়ত আমি অকাঁ জ্যামিতিক ছবি সমূহক animate কৰিব পাৰো, লগতে কেনেকৈ কিছুমান জ্যামিতিক ছবিৰ মান্ যেনে দীঘ, কালি, পৰিধি আদিৰ মান্ dynamically কেনেকৈ সলনি হয়, পাব পাৰো ।
−
Geogebra software ক খুলিবলৈ আমি Application ত Click কৰি Education ভাগ বাছনি কৰিব লাগিব । Education ভাগত থকা geogebra ত Click কৰিলে এই software টো মুকলি হব । এই software টো এটা চাৰিচুকীয়া বাকচ আকাৰত বা খিৰিকি আকাৰত মুকলি হয় ।
+
#Geogebra software ক খুলিবলৈ আমি Application ত Click কৰি Education ভাগ বাছনি কৰিব লাগিব । Education ভাগত থকা geogebra ত Click কৰিলে এই software টো মুকলি হব । এই software টো এটা চাৰিচুকীয়া বাকচ আকাৰত বা খিৰিকি আকাৰত মুকলি হয় ।
−
এই চাৰিচুকীয়া বাকচত দুটা ভাগ আছে, সোঁ ফালৰ ভাগত জ্যামিতিক ছবি সমূহ দৃশ্য মান হয় আৰু বাওঁফালৰ ভাগত এই ছবিবোৰৰ গাণিতিক সমীকৰণ দৃশ্য্ মান হয়; লগতে জ্যামিতিক ছবি আকিবলৈ এডাল জ্যামিতিক সজূলিসমূহৰ বাকচ আছে ।
+
#এই চাৰিচুকীয়া বাকচত দুটা ভাগ আছে, সোঁ ফালৰ ভাগত জ্যামিতিক ছবি সমূহ দৃশ্য মান হয় আৰু বাওঁফালৰ ভাগত এই ছবিবোৰৰ গাণিতিক সমীকৰণ দৃশ্য্ মান হয়; লগতে জ্যামিতিক ছবি আকিবলৈ এডাল জ্যামিতিক সজূলিসমূহৰ বাকচ আছে ।
−
আমি এতিয়া জ্যামিতিৰ এটা উপপাদ্য্ geogebra সহায়ত উপস্থাপন কৰো ।
+
#আমি এতিয়া জ্যামিতিৰ এটা উপপাদ্য্ geogebra সহায়ত উপস্থাপন কৰো ।
−
“ এটা বৃত্তৰ এটা চাপে কেন্দ্ৰত সৄষ্টি কৰা কোণ, বৃত্তটোৰ আনটো প্ৰান্তত সৄষ্টি কৰা কোণৰ দুগুণ আৰু চক্ৰীয় চতুভূজৰ বিপৰীত কোণৰ সমষ্টি ১৮০০” ।
+
#“ এটা বৃত্তৰ এটা চাপে কেন্দ্ৰত সৄষ্টি কৰা কোণ, বৃত্তটোৰ আনটো প্ৰান্তত সৄষ্টি কৰা কোণৰ দুগুণ আৰু চক্ৰীয় চতুভূজৰ বিপৰীত কোণৰ সমষ্টি ১৮০০” ।
−
১. শ্ৰী হেম চন্দ্ৰ কলিতা, ২. শ্ৰী দেব কুমাৰ গগৈ, ৩. শ্ৰী কুন্তল চুতীয়া, ৪. শ্ৰী দিগন্ত বৰা, ৫. শ্ৰী অমৃত প্ৰতিম শাণ্ডীল্য ধেমাজি জিলা (অসম)
+
#১. শ্ৰী হেম চন্দ্ৰ কলিতা, ২. শ্ৰী দেব কুমাৰ গগৈ, ৩. শ্ৰী কুন্তল চুতীয়া, ৪. শ্ৰী দিগন্ত বৰা, ৫. শ্ৰী অমৃত প্ৰতিম শাণ্ডীল্য, ধেমাজি জিলা (অসম)
+
==Freemind==
==Freemind==
==Public Software Posters==
==Public Software Posters==