Anonymous

Changes

From Open Educational Resources
Line 163: Line 163:
*Report Compiled by: Maths Teachers Group, Kamrup rural District.

*Report Compiled by: Maths Teachers Group, Kamrup rural District.

চতুৰ্থ দিনৰ প্ৰতিবেদন

প্ৰস্তুত :- মৰিগাঁও জিলা

অজান তিমিৰ অন্ধেশ্ব //বাপ্তম যেন চলাকায়

চক্ষু ৰুনমিলিত যেন//তচময় শ্ৰী গুৰুৱে নমঃ

গুৰু ব্ৰহ্মা গুৰু বিষ্ণু //গুৰু দেৱ মহেশ্বৰা

গুৰুৰ সাক্ষা পৰম ব্ৰহ্ম//তচময় শ্ৰী গুৰুৱে নমঃ

শ্ৰদ্ধাৰ প্ৰশিক্ষক বৃন্দ আৰু অতিকে শ্ৰদ্ধাৰ অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষাগুৰু সকল । জয় জয়তে আপোনাসবলৈ পবিত্ৰ ৰমজান মাহ আৰু ঈদ উল ফিটৰৰ আগতীয়া ওলগ জনালো । আধুনিক প্ৰযুক্তিৰে অসমৰ শিক্ষক সমাজক যি শিক্ষা প্ৰশিক্ষণেৰে শিক্ষকৰ সব্বাঙ্গীন বিকাশৰ সত প্ৰচেষ্টা হাতত লৈছে তাৰ বাবে আমি RMSA  ASSAM ক আন্তৰিক কৃত আৰু ধন`বাদ জনালো । আধুনিক প্ৰযুক্তিৰে শিক্ষা প্ৰদানৰ এক অন` যাত্ৰাৰ বাবে নিজকে প্ৰস্তত কৰা প্ৰক্ৰিয়াত আমি আহি আহি আজি চতুথ দিনত ভৰি দিলোহি । সময়ৰ এক পবিত্ৰ অন্তৰালত আমি আজিৰ দিনটো তলত দিয়া ধৰণে অতিবাহিত কৰো ।

পুৱা শুৱাপাটী ত্যাগ কৰি পুৱাৰ আহাৰ লৈ ৯.০০ বজাত প্ৰশিক্ষণৰ বাবে ৰাউনা হও // ৯-৩০ বজাত প্ৰশিক্ষণ কক্ষত উপস্থিত হৈ প্ৰথমে আগৰ কেইদিনত শিকা কাৰ্য্যসূচী সমূহ যেনে Tux Typing, tux painting, folder making etc. ৰ অনুশীলন্ কৰো // , ৯.৪০ বজাত  প্ৰশিক্ষণ আৰম্ভ হয় আৰু  আমি Email সম্পকে সবিেশষ জানি লওঁ । তাৰভিতৰত বক্তিগত আৰু group  Email group প্ৰস্তত, E-ডাক  প্ৰেৰণ কৰা কৌশল ,  E-ডাকৰ প্ৰত্যুত্তৰ দিয়া,  E-ডাক বাছনি কৰা,  E-ডাক ৰ group  বনোৱা, E-ডাকত বিভিন্ন নথি-পত্ৰ সংলগ্ন কৰা কৰাৰ কৌশল আয়ত্ব কৰো ।

ইয়াৰ পাছত ১১.৩০ বজাত চাহ বিৰতি হয় । চাহ বিৰতিৰ পাছত আমি শিক্ষাৰ বিভিন্ন ধৰনৰ Digital কৌশল সমূহ অভাস কৰো আৰু ১২.৩০ বজাত দূপৰিয়াৰ্ আহাৰৰ বাবে ভোজন কক্ষত্ সমবেত হও //ক্ষন্তেক জিৰনিৰ পাচত ১-৩০ বজাত পুণৰ প্ৰশিক্ষণৰ বাবে computer আৰু গণিত বিষয়ৰ শিক্ষক সকল যোথভাবে স্ভাক্ক্ষত সমবেত হও// এই সত্ৰত smart phone ৰ জৰিয়তে E-ডাক প্ৰেৰন, telegram ৰ দ্বাৰা বাৰ্তা প্ৰেৰনৰ  application ৰ গিয়ান আহৰন কৰো // তাৰোপৰি  smart phone ত ব্যৱহাৰ কৰিব পৰা বিভিন্ন application ৰ বিষয়ে শিকো // লগতে screenshot  application ৰ গিয়ান আহৰন কৰো  //

৩ বজত চাহ বিৰতি লৈ পিথক সত্ৰত গণিত শিক্ষক সকলে  পাঠক্রমৰ  ভিতিত্ বিভিন্ন বিষয়ত তথ্য Internet ৰ  যৰিযতে সংৰক্ষণ্ কৰি ফলদাৰ বনাই তাত সগ্ৰহ কৰি থোৱাৰ কৌশল আযত্ৰ কৰো আৰু Computer শিক্ষক সকলে Google groupৰ্ ত নতুন্ গ্ৰুপ তৈযাৰ কৰি ভাবৰ্ আদান্ প্ৰদান  কৌশল আযাত্ব কৰো //আজি আমি  প্ৰশিক্ষণত ভাগলোৱা সকলো শিক্ষক এটা digital মন্সত মিলিত হবৰ বাবে  telegram  আৰু এ-ডাক ৰGoogle group অত এটা নতুন মন্সত মিলিত হও //

উপৰোক্ত সূমুহ কাৰ্যসূচীত গুৰুমূৰ্তীমহোদয় আৰু তেখেতৰ নেত্ৰিত্বত তেখেতৰ সহযোগী ahok pujari, yogesh, sridivya bharadwaj , ramkrishna, alokesh, surajit  diganta,  আৰু nits মিৰ্জাৰ কৰ্মকৰ্তাত্ৰয়ে সাফল্যমন্দিত কৰি তোলে / এই সুযুগতে য্তেখেত সকললৈ আমি আন্তৰিক কিতকগতা গিয়াপন্ কৰি শলাগ লৈছো //

At the very ending of 4th day’s training we, on behalf of  all the trainee ,very grateful  to all the resource persons, RMSA Assam, UNICEF, the NGO IT for Change and  NITS Mirza for providing all these facilities in this regard.

Thank you

জয়তু আৰ এম এচ আ

জয়তু  ইউনিচেফ

জয়তু মৰিগাঁও জিলা

জয় আই অসম ///

===Day 5 report===

===Day 5 report===
380

edits