Difference between revisions of "Assam"
Line 9: | Line 9: | ||
==Libre Office Writer== | ==Libre Office Writer== | ||
− | ==Libre Office Writer Assamese== | + | ==Libre Office Writer Assamese== |
+ | #তথ্য সৃ ষ্টি -৩. পাঠ সম্পাদনা | ||
+ | #আপোনালোকে এই পাঠত পাঠ সম্পাদনা আৰু গঠনৰ বিষয়ে জানিব পাৰিব | যদি আপোনলোকে আপোনলোকৰ বন্ধুলৈ কম্পুতাৰত সাধু অথবা বিদ্যলয়ৰ কামৰ বিষয়ে কোনো চিঠি লিখিব খোজে তেন্তে আপোনলোকে কি কৰিব আথবা ক’ত টাইপ কৰিব ? পাঠ সম্পদন নামৰ চফট্ ওৱেৰৰ দ্বাৰা এই কাম কৰিব পৰা যায় | | ||
==Libre Office Writer Bengali== | ==Libre Office Writer Bengali== |
Revision as of 10:20, 5 February 2016
Resources created in Assamese by the Assamese STF teachers
Ubuntu, Files and Folders ফাইল আৰু ফল্ডাৰ
- যেতিয়া আমি কোনো ৰচনা বা বাৰ্নামুলক্ বিষয়ে এটা বা কোনো ৰঙিন ছবি আকি তাক ভৱিষ্যত বাবে জমা কৰি ৰাখি থব বিচাৰো তেতিযা আমাক ফল্ডাৰ প্ৰয়োজন হয় | ফল্ডাৰ এটাত একাধিক বিষয় বা ছবি সাচি ৰাখিব পাৰো | আমি কম্পিউটাৰত যিমান কাম কৰো সকলোবোৰ ফাইল হিচাপে ফল্ডাৰ এটাত জমা ৰাখিব পৰো | উদাহৰণ স্বৰূপে যিমান কাৰ্যসূচী , ফটো , লিখিত প্ৰমানপত্ৰ , গান, চলচিত্ৰ আদি সকলোবোৰ ফাইল হিচাবে আমি এটা নিৰ্দিষ্ট ফল্ডাৰত সোমাই থব পাৰো | এটা ফল্ডাৰে আৰু বহুতো উপ ফল্ডাৰ সঞ্চয় কৰি ৰাখিব পাৰি | ফল্ডাৰবোৰ ডিস্ক ড্ৰাইভত জমা কৰি ৰখা হয় |
- উবোন্টোয়ে ব্যৱহাৰ কৰা ফাইল মেনেজাৰৰ নাম হ’ল নউটিলাছ |নউটিলাছ ব্যৱহাৰ কৰি আমি ফল্ডাৰৰ সৃষ্টি , ফাইলবোৰ প্ৰদৰ্শিত আৰু ফাইলৰ সুসংগঠিত কৰিব পাৰি |এই ফাইল মেনেজাৰে ফাইলবোৰ সুসংগঠিত কৰি ফল্ডাৰত ৰাখে | ফল্ডাৰৰ ব্যৱহাৰেৰে ফাইলবোৰ সহজে উলিয়াব পৰা যায়|আমি ফাইলবোৰ সহজে উলিয়াব্ পাৰো | আমি ফাইলবোৰ কপি কৰিব পৰো , নতুন ফাইল বা ফল্ডাৰ সৃষ্টি কৰিব পাৰো | নলগা ফল্ডাৰ আৰু ফাইলবোৰ নোহোৱা কৰিব পাৰি , নতুন নাম দিব পাৰি ইত্যাদি কাম ফাইল মেনেজাৰৰ দ্বাৰা কৰিব পাৰি |
- ফল্ডাৰৰ এক অৰ্থপূৰ্ণ নাম দিব লাগে , নাম নথকা ফল্ডাৰ অৰ্থহীন | যেতিয়া আমি গণিত বিষয়ে কোনো ফ্ল্ডাৰ সৃষ্টি কৰিম তেতিয়া তাৰ নাম হয় ত্ৰিভূজ নাইবা চতূৰ্ভুজ্ ইত্যাদি ব্যৱ্হাৰ কৰিব লাগে|
প্ৰস্তুতকাৰক, গনিত শিক্ষক ,বৰপেটা
Libre Office Writer
Libre Office Writer Assamese
- তথ্য সৃ ষ্টি -৩. পাঠ সম্পাদনা
- আপোনালোকে এই পাঠত পাঠ সম্পাদনা আৰু গঠনৰ বিষয়ে জানিব পাৰিব | যদি আপোনলোকে আপোনলোকৰ বন্ধুলৈ কম্পুতাৰত সাধু অথবা বিদ্যলয়ৰ কামৰ বিষয়ে কোনো চিঠি লিখিব খোজে তেন্তে আপোনলোকে কি কৰিব আথবা ক’ত টাইপ কৰিব ? পাঠ সম্পদন নামৰ চফট্ ওৱেৰৰ দ্বাৰা এই কাম কৰিব পৰা যায় |
Libre Office Writer Bengali
(টেক্স্ট এডিটিং) পাঠ্য্ বদলানো
- এই অধিবেশনে আমরা পাঠ্য্ বদলানো এবং গঠ্ন করা শিখবো | যদি তুমি বন্ধুকে চিটি, গ্ল্প বা স্কুলের কাজ কম্পুটারে লিখতে চাও তুমি কি করবে তুমি কি লিখবে ? একটি সফ্টওয়ার এপ্লিকেশন টেক্স্ট এডিটিং এই কাজটা করবে |
- এই টেক্স্ট এডিটিং একটি সফ্টওয়ার যা টেক্স্ট গঠন করতে কাজে লাগে | বদলানো এবং গঠ্ন করা ছাড়া তুমি ছবি এবং লিং যোগ করতে পারবে |
লিব্রে অফিস রাইটার, এম এস অফিস , ওপেন অফিস. ওআরজি রাইটার, ওয়েব বেইসড্ টেক্স্ট রাইটিং কিছু জনপ্রিয় টেক্স্ট এডিটিং | এই অধিবেশনে তুমি শিখবে উবুন্তুতে লিব্রে অফিস রাইটার ব্যবহার করা | লিব্রে অফিস কাজ করে উবুন্তু জিএনইউ/ লিনাক্স মেক এবং উইন্ডো ওপারেটিং সিস্টেমে | লিব্রে অফিস একটি পাবলিক সফ্টওয়ার এবং মুক্ত ভাবে লাইসেন্স ছাড়া বা লাইসেন্স ফি ছাড়াও ব্যবহারকরতে পারি | এই স্ফ্টওয়ারটি মালিকানা সত্ত থাকা এম এস ওয়ার্ডের মত | তুমি যদি লিব্রে অফিস রাইটার শিখো তাহলে তুমি এম এস ওয়ার্ডেও কাজ করতে পারবে | ইন্টারনেট থেকে নেওয়া একটি বর্ণনাকারী প্রবন্ধের অনুচ্ছেদ টাইপ করো | ছবিতে দেখানো মতে ফাইল সেভ্ করতে হলে ফাইল মেনুতে গিয়ে সেভ্ ক্লিক করুন | টেক্স্ট এ পরিবর্তন আনা
- ইনসারটিং, ডিলিটিং , সিলেক্টটিং করে সহজে টেক্স্ট নথিতে পরিবর্তন আনা যায় | এই পদ্ধতি চিন্তাধারার প্রতিফলন এবং সংশোধনকে সমর্থন করে | ডিজিটেল টেক্স্ট নথিকে পরিবর্তন এই কাজ অতি সহজেই করা যায় | এতএব তুমি তোমার কাজ ডিজিটেল ফরমেটে রাখতে পারো |
- কপিপেস্টিং হচ্ছে ডিজিটেল দ্স্তাবেজের সম্ভবঅতঃ একটি শক্তিশলী (বা বলশালী)বৈশিষ্ট | ডিজিটেল সবকিছুরই প্রতিলিপি এবং পুনরাবৃত্তি করা যায় প্রায়্ বিনাখরচে এবং অতি সহজে যাহা মানুষকে তথ্য জগতে প্রবেশ এবং বিজরিত করার জন্য গুরুত্বপূর্ণ |অসীম সংখ্যক প্রতিলিপি তৈরী এবং আডান প্রদান করা যায় | এই বৈশিষ্ট নিজের জ্ঞানের উপর আস্থা রাখতে সাহায্য করে | তথাপি ইহা মূল পাঠের চুরির জন্য অপব্যবহার হয় | এখন থেকে যখনই কপিপেস্ট করবেন তখন তার উৎপত্তি সম্মন্ধে নিশ্চিত হবেন | গ্রন্থকার স্বত্ব,গ্রন্থাদির স্বত্ব এবং আনুসাংগিক তথ্যের জন্য http:/karnatakaeducation.org.in/KOER/en/index.php/Understanding copyright ব্যবহার করুন |
- টেক্সট্ কার্য্যপ্রণালী
- দস্তাবেজের যেকোন জায়গায় টেক্সট সন্নিবিষ্ট করার অনুমতি দেয় |
- শব্দ ,রেখা অথবা পৃষ্ঠা মুছে ফেলার অনুমতি দেয় |
- টেক্সট এর কোন অংশ একজায়গা থেকে উঠিয়ে অন্য জায়গায় সন্নিবিষ্ট করার অনুমতি দেয় |
- টেক্সট এর কোন অংশের প্রতিলিপি তৈরীতে অনুমতি দেয় |
- পৃষ্ঠা এবং পৃষ্ঠার অমুদ্রিত প্রান্তের বিভিন্ন আকার দিতে এবং স্বয়ংক্রিয়ভাবে টেক্সটকে সাজিয়ে দিতে অনুমতি দেয় |
- কোন শব্দ বা প্রবচন খুজতে অনুমতি দেয় |
- একটি লাইন টেক্সট এ সম্পূর্ণ হলে স্বয়ংক্রিয়ভাবে অন্য লাইনে চলে যায় |
- একটি দস্তাবেজ্ মুদ্রণকারীতে মুদ্রণের জন্য পঠানোর অনুমতি দেয় |
- অক্ষর বা সংকেতকে বিভিন্ন আকারে প্রকাশ করতে (গাড় করতে ,বাকাভাবে লিখতে ,নীচেরেখাদিতে ইত্যাদি ) অনুমতি দেয় |
- টেক্সট এর আকার ছোট এবং বড় করতে সাহায্য করে |
- ছবি এবং লেখ দস্তাবেজে সন্নিবিস্ট করতে অনুমতি দেয় |
- পৃষ্ঠা দেখতে কিরূপ হবে , পৃষ্ঠার্ আকার কি হবে , অমুদ্রিত প্রান্ত ঠিক করার অনুমতি দেয় |
Geogebra
- GeoGebra হল এক ধৰণৰ কম্পিউটাৰ software যাৰ সহায়ত আমি জ্যামিতি আৰু এলজেব্ৰা অতি সহজ আৰু ফলপ্ৰসু ভাবে কম্পিউটাৰৰ সহায়ত শিকিব পাৰো । ইয়াৰ সহায়ত গণিতৰ বহু জটিল জ্যামিতিক ধৰ্ম আৰু সমস্যা সমূহ অতি সুন্দৰ আৰু সৰল ভাবে শিকিব পাৰি ।
এতিয়া প্ৰশ্ন হল কম্পিউটাৰৰ এই নিদেশাৱ্লী প্ৰস্তুত কাৰীয়ে কিয় ইয়াৰ নামাকৰণ Geogebra ৰাখিলে ? Geo মানে হল geometry আৰু gebra মানে হল algzebra । Geogebra software ৰ সহায়ত আমি সকলো ধৰণৰ জ্যামিতিক ছবিক algzebra ৰ সমীকৰণ ৰূপত প্ৰকাশ কৰিব পাৰো । এই নিদেশাৱ্লী সহায়ত আমি একে সময়তে জ্যামিতিক ছবিক আৰু তাৰ গাণিতিক উপস্থাপন দেখা পাব পাৰো, সেয়েহে ইয়াৰ নাম ৰখা হল geogebra ।
- Geogebra software ৰ সহায়ত আমি অকাঁ জ্যামিতিক ছবি সমূহক animate কৰিব পাৰো, লগতে কেনেকৈ কিছুমান জ্যামিতিক ছবিৰ মান্ যেনে দীঘ, কালি, পৰিধি আদিৰ মান্ dynamically কেনেকৈ সলনি হয়, পাব পাৰো ।
- Geogebra software ক খুলিবলৈ আমি Application ত Click কৰি Education ভাগ বাছনি কৰিব লাগিব । Education ভাগত থকা geogebra ত Click কৰিলে এই software টো মুকলি হব । এই software টো এটা চাৰিচুকীয়া বাকচ আকাৰত বা খিৰিকি আকাৰত মুকলি হয় ।
- এই চাৰিচুকীয়া বাকচত দুটা ভাগ আছে, সোঁ ফালৰ ভাগত জ্যামিতিক ছবি সমূহ দৃশ্য মান হয় আৰু বাওঁফালৰ ভাগত এই ছবিবোৰৰ গাণিতিক সমীকৰণ দৃশ্য্ মান হয়; লগতে জ্যামিতিক ছবি আকিবলৈ এডাল জ্যামিতিক সজূলিসমূহৰ বাকচ আছে ।
- আমি এতিয়া জ্যামিতিৰ এটা উপপাদ্য্ geogebra সহায়ত উপস্থাপন কৰো ।
- “ এটা বৃত্তৰ এটা চাপে কেন্দ্ৰত সৄষ্টি কৰা কোণ, বৃত্তটোৰ আনটো প্ৰান্তত সৄষ্টি কৰা কোণৰ দুগুণ আৰু চক্ৰীয় চতুভূজৰ বিপৰীত কোণৰ সমষ্টি ১৮০০” ।
- ১. শ্ৰী হেম চন্দ্ৰ কলিতা, ২. শ্ৰী দেব কুমাৰ গগৈ, ৩. শ্ৰী কুন্তল চুতীয়া, ৪. শ্ৰী দিগন্ত বৰা, ৫. শ্ৰী অমৃত প্ৰতিম শাণ্ডীল্য, ধেমাজি জিলা (অসম)