Difference between revisions of "Assam"
(Created page with "=Resources created in Assamese by the Assamese STF teachers= ==Ubuntu, Files and Folders== ==Libre Office Writer== ==Geogebra== GeoGebra GeoGebra হল এক ধৰণ...") |
|||
Line 1: | Line 1: | ||
=Resources created in Assamese by the Assamese STF teachers= | =Resources created in Assamese by the Assamese STF teachers= | ||
− | ==Ubuntu, Files and Folders== | + | ==Ubuntu, Files and Folders ফাইল আৰু ফল্ডাৰ== |
+ | #যেতিয়া আমি কোনো ৰচনা বা বাৰ্নামুলক্ বিষয়ে এটা বা কোনো ৰঙিন ছবি আকি তাক ভৱিষ্যত বাবে জমা কৰি ৰাখি থব বিচাৰো তেতিযা আমাক ফল্ডাৰ প্ৰয়োজন হয় | ফল্ডাৰ এটাত একাধিক বিষয় বা ছবি সাচি ৰাখিব পাৰো | আমি কম্পিউটাৰত যিমান কাম কৰো সকলোবোৰ ফাইল হিচাপে ফল্ডাৰ এটাত জমা ৰাখিব পৰো | উদাহৰণ স্বৰূপে যিমান কাৰ্যসূচী , ফটো , লিখিত প্ৰমানপত্ৰ , গান, চলচিত্ৰ আদি সকলোবোৰ ফাইল হিচাবে আমি এটা নিৰ্দিষ্ট ফল্ডাৰত সোমাই থব পাৰো | এটা ফল্ডাৰে আৰু বহুতো উপ ফল্ডাৰ সঞ্চয় কৰি ৰাখিব পাৰি | ফল্ডাৰবোৰ ডিস্ক ড্ৰাইভত জমা কৰি ৰখা হয় | | ||
+ | #উবোন্টোয়ে ব্যৱহাৰ কৰা ফাইল মেনেজাৰৰ নাম হ’ল নউটিলাছ |নউটিলাছ ব্যৱহাৰ কৰি আমি ফল্ডাৰৰ সৃষ্টি , ফাইলবোৰ প্ৰদৰ্শিত আৰু ফাইলৰ সুসংগঠিত কৰিব পাৰি |এই ফাইল মেনেজাৰে ফাইলবোৰ সুসংগঠিত কৰি ফল্ডাৰত ৰাখে | ফল্ডাৰৰ ব্যৱহাৰেৰে ফাইলবোৰ সহজে উলিয়াব পৰা যায়|আমি ফাইলবোৰ সহজে উলিয়াব্ পাৰো | আমি ফাইলবোৰ কপি কৰিব পৰো , নতুন ফাইল বা ফল্ডাৰ সৃষ্টি কৰিব পাৰো | নলগা ফল্ডাৰ আৰু ফাইলবোৰ নোহোৱা কৰিব পাৰি , নতুন নাম দিব পাৰি ইত্যাদি কাম ফাইল মেনেজাৰৰ দ্বাৰা কৰিব পাৰি | | ||
+ | #ফল্ডাৰৰ এক অৰ্থপূৰ্ণ নাম দিব লাগে , নাম নথকা ফল্ডাৰ অৰ্থহীন | যেতিয়া আমি গণিত বিষয়ে কোনো ফ্ল্ডাৰ সৃষ্টি কৰিম তেতিয়া তাৰ নাম হয় ত্ৰিভূজ নাইবা চতূৰ্ভুজ্ ইত্যাদি ব্যৱ্হাৰ কৰিব লাগে| | ||
+ | প্ৰস্তুতকাৰক, গনিত শিক্ষক ,বৰপেটা | ||
==Libre Office Writer== | ==Libre Office Writer== |
Revision as of 10:17, 5 February 2016
Resources created in Assamese by the Assamese STF teachers
Ubuntu, Files and Folders ফাইল আৰু ফল্ডাৰ
- যেতিয়া আমি কোনো ৰচনা বা বাৰ্নামুলক্ বিষয়ে এটা বা কোনো ৰঙিন ছবি আকি তাক ভৱিষ্যত বাবে জমা কৰি ৰাখি থব বিচাৰো তেতিযা আমাক ফল্ডাৰ প্ৰয়োজন হয় | ফল্ডাৰ এটাত একাধিক বিষয় বা ছবি সাচি ৰাখিব পাৰো | আমি কম্পিউটাৰত যিমান কাম কৰো সকলোবোৰ ফাইল হিচাপে ফল্ডাৰ এটাত জমা ৰাখিব পৰো | উদাহৰণ স্বৰূপে যিমান কাৰ্যসূচী , ফটো , লিখিত প্ৰমানপত্ৰ , গান, চলচিত্ৰ আদি সকলোবোৰ ফাইল হিচাবে আমি এটা নিৰ্দিষ্ট ফল্ডাৰত সোমাই থব পাৰো | এটা ফল্ডাৰে আৰু বহুতো উপ ফল্ডাৰ সঞ্চয় কৰি ৰাখিব পাৰি | ফল্ডাৰবোৰ ডিস্ক ড্ৰাইভত জমা কৰি ৰখা হয় |
- উবোন্টোয়ে ব্যৱহাৰ কৰা ফাইল মেনেজাৰৰ নাম হ’ল নউটিলাছ |নউটিলাছ ব্যৱহাৰ কৰি আমি ফল্ডাৰৰ সৃষ্টি , ফাইলবোৰ প্ৰদৰ্শিত আৰু ফাইলৰ সুসংগঠিত কৰিব পাৰি |এই ফাইল মেনেজাৰে ফাইলবোৰ সুসংগঠিত কৰি ফল্ডাৰত ৰাখে | ফল্ডাৰৰ ব্যৱহাৰেৰে ফাইলবোৰ সহজে উলিয়াব পৰা যায়|আমি ফাইলবোৰ সহজে উলিয়াব্ পাৰো | আমি ফাইলবোৰ কপি কৰিব পৰো , নতুন ফাইল বা ফল্ডাৰ সৃষ্টি কৰিব পাৰো | নলগা ফল্ডাৰ আৰু ফাইলবোৰ নোহোৱা কৰিব পাৰি , নতুন নাম দিব পাৰি ইত্যাদি কাম ফাইল মেনেজাৰৰ দ্বাৰা কৰিব পাৰি |
- ফল্ডাৰৰ এক অৰ্থপূৰ্ণ নাম দিব লাগে , নাম নথকা ফল্ডাৰ অৰ্থহীন | যেতিয়া আমি গণিত বিষয়ে কোনো ফ্ল্ডাৰ সৃষ্টি কৰিম তেতিয়া তাৰ নাম হয় ত্ৰিভূজ নাইবা চতূৰ্ভুজ্ ইত্যাদি ব্যৱ্হাৰ কৰিব লাগে|
প্ৰস্তুতকাৰক, গনিত শিক্ষক ,বৰপেটা
Libre Office Writer
Geogebra
GeoGebra GeoGebra হল এক ধৰণৰ কম্পিউটাৰ software যাৰ সহায়ত আমি জ্যামিতি আৰু এলজেব্ৰা অতি সহজ আৰু ফলপ্ৰসু ভাবে কম্পিউটাৰৰ সহায়ত শিকিব পাৰো । ইয়াৰ সহায়ত গণিতৰ বহু জটিল জ্যামিতিক ধৰ্ম আৰু সমস্যা সমূহ অতি সুন্দৰ আৰু সৰল ভাবে শিকিব পাৰি । এতিয়া প্ৰশ্ন হল কম্পিউটাৰৰ এই নিদেশাৱ্লী প্ৰস্তুত কাৰীয়ে কিয় ইয়াৰ নামাকৰণ Geogebra ৰাখিলে ? Geo মানে হল geometry আৰু gebra মানে হল algzebra । Geogebra software ৰ সহায়ত আমি সকলো ধৰণৰ জ্যামিতিক ছবিক algzebra ৰ সমীকৰণ ৰূপত প্ৰকাশ কৰিব পাৰো । এই নিদেশাৱ্লী সহায়ত আমি একে সময়তে জ্যামিতিক ছবিক আৰু তাৰ গাণিতিক উপস্থাপন দেখা পাব পাৰো, সেয়েহে ইয়াৰ নাম ৰখা হল geogebra । Geogebra software ৰ সহায়ত আমি অকাঁ জ্যামিতিক ছবি সমূহক animate কৰিব পাৰো, লগতে কেনেকৈ কিছুমান জ্যামিতিক ছবিৰ মান্ যেনে দীঘ, কালি, পৰিধি আদিৰ মান্ dynamically কেনেকৈ সলনি হয়, পাব পাৰো । Geogebra software ক খুলিবলৈ আমি Application ত Click কৰি Education ভাগ বাছনি কৰিব লাগিব । Education ভাগত থকা geogebra ত Click কৰিলে এই software টো মুকলি হব । এই software টো এটা চাৰিচুকীয়া বাকচ আকাৰত বা খিৰিকি আকাৰত মুকলি হয় । এই চাৰিচুকীয়া বাকচত দুটা ভাগ আছে, সোঁ ফালৰ ভাগত জ্যামিতিক ছবি সমূহ দৃশ্য মান হয় আৰু বাওঁফালৰ ভাগত এই ছবিবোৰৰ গাণিতিক সমীকৰণ দৃশ্য্ মান হয়; লগতে জ্যামিতিক ছবি আকিবলৈ এডাল জ্যামিতিক সজূলিসমূহৰ বাকচ আছে । আমি এতিয়া জ্যামিতিৰ এটা উপপাদ্য্ geogebra সহায়ত উপস্থাপন কৰো । “ এটা বৃত্তৰ এটা চাপে কেন্দ্ৰত সৄষ্টি কৰা কোণ, বৃত্তটোৰ আনটো প্ৰান্তত সৄষ্টি কৰা কোণৰ দুগুণ আৰু চক্ৰীয় চতুভূজৰ বিপৰীত কোণৰ সমষ্টি ১৮০০” । ১. শ্ৰী হেম চন্দ্ৰ কলিতা, ২. শ্ৰী দেব কুমাৰ গগৈ, ৩. শ্ৰী কুন্তল চুতীয়া, ৪. শ্ৰী দিগন্ত বৰা, ৫. শ্ৰী অমৃত প্ৰতিম শাণ্ডীল্য ধেমাজি জিলা (অসম)