Difference between revisions of "Resources created in Assamese by the Assamese STF teachers"
(2 intermediate revisions by the same user not shown) | |||
Line 11: | Line 11: | ||
#তথ্য সৃ ষ্টি -৩. পাঠ সম্পাদনা | #তথ্য সৃ ষ্টি -৩. পাঠ সম্পাদনা | ||
#আপোনালোকে এই পাঠত পাঠ সম্পাদনা আৰু গঠনৰ বিষয়ে জানিব পাৰিব | যদি আপোনলোকে আপোনলোকৰ বন্ধুলৈ কম্পুতাৰত সাধু অথবা বিদ্যলয়ৰ কামৰ বিষয়ে কোনো চিঠি লিখিব খোজে তেন্তে আপোনলোকে কি কৰিব আথবা ক’ত টাইপ কৰিব ? পাঠ সম্পদন নামৰ চফট্ ওৱেৰৰ দ্বাৰা এই কাম কৰিব পৰা যায় | | #আপোনালোকে এই পাঠত পাঠ সম্পাদনা আৰু গঠনৰ বিষয়ে জানিব পাৰিব | যদি আপোনলোকে আপোনলোকৰ বন্ধুলৈ কম্পুতাৰত সাধু অথবা বিদ্যলয়ৰ কামৰ বিষয়ে কোনো চিঠি লিখিব খোজে তেন্তে আপোনলোকে কি কৰিব আথবা ক’ত টাইপ কৰিব ? পাঠ সম্পদন নামৰ চফট্ ওৱেৰৰ দ্বাৰা এই কাম কৰিব পৰা যায় | | ||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
==Geogebra== | ==Geogebra== | ||
Line 48: | Line 25: | ||
==Public Software Posters== | ==Public Software Posters== | ||
+ | [http://www.slideshare.net/GurumurthyKasinathan/public-software-assamese-posters Posters in Assamese] made by Diganta Sir. | ||
==Assamese Typing Help from Anupam Pathak অসমীয়া যুক্তাক্ষ== | ==Assamese Typing Help from Anupam Pathak অসমীয়া যুক্তাক্ষ== |
Latest revision as of 05:10, 6 July 2016
Ubuntu, Files and Folders ফাইল আৰু ফল্ডাৰ
- যেতিয়া আমি কোনো ৰচনা বা বাৰ্নামুলক্ বিষয়ে এটা বা কোনো ৰঙিন ছবি আকি তাক ভৱিষ্যত বাবে জমা কৰি ৰাখি থব বিচাৰো তেতিযা আমাক ফল্ডাৰ প্ৰয়োজন হয় | ফল্ডাৰ এটাত একাধিক বিষয় বা ছবি সাচি ৰাখিব পাৰো | আমি কম্পিউটাৰত যিমান কাম কৰো সকলোবোৰ ফাইল হিচাপে ফল্ডাৰ এটাত জমা ৰাখিব পৰো | উদাহৰণ স্বৰূপে যিমান কাৰ্যসূচী , ফটো , লিখিত প্ৰমানপত্ৰ , গান, চলচিত্ৰ আদি সকলোবোৰ ফাইল হিচাবে আমি এটা নিৰ্দিষ্ট ফল্ডাৰত সোমাই থব পাৰো | এটা ফল্ডাৰে আৰু বহুতো উপ ফল্ডাৰ সঞ্চয় কৰি ৰাখিব পাৰি | ফল্ডাৰবোৰ ডিস্ক ড্ৰাইভত জমা কৰি ৰখা হয় |
- উবোন্টোয়ে ব্যৱহাৰ কৰা ফাইল মেনেজাৰৰ নাম হ’ল নউটিলাছ |নউটিলাছ ব্যৱহাৰ কৰি আমি ফল্ডাৰৰ সৃষ্টি , ফাইলবোৰ প্ৰদৰ্শিত আৰু ফাইলৰ সুসংগঠিত কৰিব পাৰি |এই ফাইল মেনেজাৰে ফাইলবোৰ সুসংগঠিত কৰি ফল্ডাৰত ৰাখে | ফল্ডাৰৰ ব্যৱহাৰেৰে ফাইলবোৰ সহজে উলিয়াব পৰা যায়|আমি ফাইলবোৰ সহজে উলিয়াব্ পাৰো | আমি ফাইলবোৰ কপি কৰিব পৰো , নতুন ফাইল বা ফল্ডাৰ সৃষ্টি কৰিব পাৰো | নলগা ফল্ডাৰ আৰু ফাইলবোৰ নোহোৱা কৰিব পাৰি , নতুন নাম দিব পাৰি ইত্যাদি কাম ফাইল মেনেজাৰৰ দ্বাৰা কৰিব পাৰি |
- ফল্ডাৰৰ এক অৰ্থপূৰ্ণ নাম দিব লাগে , নাম নথকা ফল্ডাৰ অৰ্থহীন | যেতিয়া আমি গণিত বিষয়ে কোনো ফ্ল্ডাৰ সৃষ্টি কৰিম তেতিয়া তাৰ নাম হয় ত্ৰিভূজ নাইবা চতূৰ্ভুজ্ ইত্যাদি ব্যৱ্হাৰ কৰিব লাগে|
প্ৰস্তুতকাৰক, গনিত শিক্ষক ,বৰপেটা
Libre Office Writer
Libre Office Writer Assamese
- তথ্য সৃ ষ্টি -৩. পাঠ সম্পাদনা
- আপোনালোকে এই পাঠত পাঠ সম্পাদনা আৰু গঠনৰ বিষয়ে জানিব পাৰিব | যদি আপোনলোকে আপোনলোকৰ বন্ধুলৈ কম্পুতাৰত সাধু অথবা বিদ্যলয়ৰ কামৰ বিষয়ে কোনো চিঠি লিখিব খোজে তেন্তে আপোনলোকে কি কৰিব আথবা ক’ত টাইপ কৰিব ? পাঠ সম্পদন নামৰ চফট্ ওৱেৰৰ দ্বাৰা এই কাম কৰিব পৰা যায় |
Geogebra
- GeoGebra হল এক ধৰণৰ কম্পিউটাৰ software যাৰ সহায়ত আমি জ্যামিতি আৰু এলজেব্ৰা অতি সহজ আৰু ফলপ্ৰসু ভাবে কম্পিউটাৰৰ সহায়ত শিকিব পাৰো । ইয়াৰ সহায়ত গণিতৰ বহু জটিল জ্যামিতিক ধৰ্ম আৰু সমস্যা সমূহ অতি সুন্দৰ আৰু সৰল ভাবে শিকিব পাৰি ।
এতিয়া প্ৰশ্ন হল কম্পিউটাৰৰ এই নিদেশাৱ্লী প্ৰস্তুত কাৰীয়ে কিয় ইয়াৰ নামাকৰণ Geogebra ৰাখিলে ? Geo মানে হল geometry আৰু gebra মানে হল algzebra । Geogebra software ৰ সহায়ত আমি সকলো ধৰণৰ জ্যামিতিক ছবিক algzebra ৰ সমীকৰণ ৰূপত প্ৰকাশ কৰিব পাৰো । এই নিদেশাৱ্লী সহায়ত আমি একে সময়তে জ্যামিতিক ছবিক আৰু তাৰ গাণিতিক উপস্থাপন দেখা পাব পাৰো, সেয়েহে ইয়াৰ নাম ৰখা হল geogebra ।
- Geogebra software ৰ সহায়ত আমি অকাঁ জ্যামিতিক ছবি সমূহক animate কৰিব পাৰো, লগতে কেনেকৈ কিছুমান জ্যামিতিক ছবিৰ মান্ যেনে দীঘ, কালি, পৰিধি আদিৰ মান্ dynamically কেনেকৈ সলনি হয়, পাব পাৰো ।
- Geogebra software ক খুলিবলৈ আমি Application ত Click কৰি Education ভাগ বাছনি কৰিব লাগিব । Education ভাগত থকা geogebra ত Click কৰিলে এই software টো মুকলি হব । এই software টো এটা চাৰিচুকীয়া বাকচ আকাৰত বা খিৰিকি আকাৰত মুকলি হয় ।
- এই চাৰিচুকীয়া বাকচত দুটা ভাগ আছে, সোঁ ফালৰ ভাগত জ্যামিতিক ছবি সমূহ দৃশ্য মান হয় আৰু বাওঁফালৰ ভাগত এই ছবিবোৰৰ গাণিতিক সমীকৰণ দৃশ্য্ মান হয়; লগতে জ্যামিতিক ছবি আকিবলৈ এডাল জ্যামিতিক সজূলিসমূহৰ বাকচ আছে ।
- আমি এতিয়া জ্যামিতিৰ এটা উপপাদ্য্ geogebra সহায়ত উপস্থাপন কৰো ।
- “ এটা বৃত্তৰ এটা চাপে কেন্দ্ৰত সৄষ্টি কৰা কোণ, বৃত্তটোৰ আনটো প্ৰান্তত সৄষ্টি কৰা কোণৰ দুগুণ আৰু চক্ৰীয় চতুভূজৰ বিপৰীত কোণৰ সমষ্টি ১৮০০” ।
- ১. শ্ৰী হেম চন্দ্ৰ কলিতা, ২. শ্ৰী দেব কুমাৰ গগৈ, ৩. শ্ৰী কুন্তল চুতীয়া, ৪. শ্ৰী দিগন্ত বৰা, ৫. শ্ৰী অমৃত প্ৰতিম শাণ্ডীল্য, ধেমাজি জিলা (অসম)
Freemind
Public Software Posters
Posters in Assamese made by Diganta Sir.
Assamese Typing Help from Anupam Pathak অসমীয়া যুক্তাক্ষ
- অসমীয়া বৰ্ণমালা
অ - a আ - aa ই - i ঈ- ii উ – u ঊ - au ঋ -Rri এ - e ঐ – ai ও - o ঔ – au
ক - ka খ - kha গ - ga ঘ - gha ঙ -N^a
চ - cha ছ - chha জ - ja ঝ - jha ঞ – Jna
ট - Ta ঠ - Tha ড - Da ঢ - Dha ণ -Na
ত - ta থ - tha দ - da ধ - dha ন- na
প - pa ফ - pha ব - ba ভ - bha ম – ma
য - ya ৰ - ra ল - la ৱ – va
শ - sha ষ - Sha স - sa হ – ha
ষ - xa ড় - .Da ঢ় - .Dha য় – Ya
ং - .n / M ঃ - H ঁ- .N
- স্বৰ ৱৰ্ণৰ গাঠনি
আ- কাৰ যুক্ত শব্দ
কা - kaa খা- khaa গা- gaa ঘা- ghaa
ই- কাৰ যুক্ত শব্দ
চি - chi ছি- chhi জি- ji ঝি- jhi
ঈ - কাৰ যুক্ত শব্দ
টী- Tii ঠী - Thii ডী- Dii ঢী- Dhii ণী- Nii
উ-কাৰ যুক্ত শব্দ
তু- tu থু- thu দু-du ধু- dhu নু- nu
ঊ-কাৰ যুক্ত শব্দ
পূ- puu ফূ- phuu বূ- buu ভূ- bhuu মূ- muu
ঋ-কাৰ যুক্ত শব্দ
কৃ- kR^i খৃ- khR^i গৄ-gR^i ঘৄ- ghR^i
এ - কাৰ যুক্ত শব্দ
তে- te থে -the দে-de ধে-dhe নে-ne
ঐ - কাৰ যুক্ত শব্দ
পৈ- pai ফৈ -phai বৈ -bai ভৈ -bhai মৈ-mai
ও-কাৰ যুক্ত শব্দ
তো-to থো-tho দো-do ধো-dho নো-no
ঔ-কাৰ যুক্ত শব্দ
পৌ-pau ফৌ-phau বৌ-bau ভৌ-bhau মৌ-mau ৰ-কাৰ যুক্ত শব্দ
প্ৰ- pra ফ্ৰ -phra ব্ৰ-bra ভ্ৰ-bhra ম্ৰ-mra
ৰেফ্ – যুক্ত শব্দ
ৱৰ্ণ- varNa কৰ্ণ- karNa বৰ্ণালী - barNaalii স্বৰ্ণালী- sbarNaalii
জ -কাৰ্ যুক্ত শব্দ কাৰ্য্যালয়- kaaryyaalaYa বিদ্যালয়- bidyaalaya ব্যাকৰণ-byaakaraNa
- কিছুমান বিষেশ শব্দ সন্ধি
ক্ক-kka চ্চ-chcha চ্ছ-chchha- জ্ব-jba জ্জ-jja
ট্ট-tta থ্ব-thba ল্প- lpa প্ল -pla ন্ব -nba
ণ্ব -Nba দ্ব -dba দ্ধ-ddha জ্ঞ-Gya ল্ব -lba
ঞ্জ-Jnja ঞ্ছ-JNchha ঞ্চ-Jncha দ্ম- ঞdma ত্থ -ttha
হ্ম-hma স্থ-stha ষ্ঠShTha স্কু-sku ম্ব-mba
হ্ন-hru ম্ল-mla ক্ৰ-kra ক্ৰু-kru ত্ৰু-kruu
ব্ৰু-bru ব্ৰূ-bruu শ্ৰূ-shruu শ্ৰু-shru ক্ত-kta
ত্ৰ-tra ত্ৰি-tri ত্ৰী-trii ক্ৰী-krii ক্ৰি -kri
স্ত্ৰি-stri স্ত্ৰী-strii শ্ৰী-shrii ষ্ম-Shma শ্ন-shna
স্ফ-spha ঙ্ঘ-N^gha ম্ফ-mpha ঙ্ক-N^ka ঙ্গ-N^ga
স্ন-sna গ্ন-gna হু-hu ঙ্খ-N^kha হ্ল-hla
ষ্প-Shpa ষ্ফ-Shpha গ্ল-gla স্ল-sla ফ্ল-phla
স্প – spa ষ্প-Shpa শ্চ-shcha দ্ভু-dbhu ন্দ-nda
ণ্ড-Nda ম্ভ-mbha- ন্ত-nta ণ্ট-Nta ণ্ঠ-Ntha
ন্থ-ntha শ্ল-shla স্ত-sta ষ্ট-Shta ত্ব-tba
ষ্ণ-ShNa ক্ট-kTa
- কিছুমান বিশেষ অসমীয়া শব্দৰ গাথনি
দেৰগাঁও-deragaa.No উচ্চতৰ-uchchatara মাধ্যমিক -maddhyamika
বিদ্যালয়-bidyaalaYa পৰিকল্পনা-parikalpana বুৰঞ্জী -buraJNjii
সম্ৰাজ্ঞী-samraaGNii বিজ্ঞানী -biGYaanii সম্বন্ধ -sambandha
সমৃদ্ধি-sanR^iddhi প্ৰতিপত্তি-pratipatti একাগ্ৰতা-ekagrataa
সম্পত্তি-sampatti কৌমূদী -kaumuudii ব্ৰাহ্মণ -brahmaNa
সন্ধিক্ষণ-sandhixana অলৌকিক-alaukika অসম্ভৱ -asambhava
শ্ৰীমাণ- shriimaaNa ব্ৰহ্মগুপ্ত -brahmagupta ঐকীক -aikiika
সমান্তৰাল-samaantaraala উলম্ব -ulambaa অনুভূমিক -anubhuumika
আনুমানিক-aanumaanika ঐক্যবদ্ধ -aikyabaddha হিংসুক - hinsuka
শ্ৰেয়-shreYa শ্ৰদ্ধাশীল -shraddhaashiila কৌতূক -kautuuka
প্ৰণাম-pramaaNa ব্যঞ্জণ -byaJNjaNa পোৱামক্কা- povaamakkaa
লব্ধপ্ৰতিষ্ঠ-labdhapratiShTha একনিষ্ঠ-ekaniShTha সন্তান-santaana
আকৃতি-aakR^iti বিদ্যুৎ -bidyut.h ইন্চপেক্টৰ -inspekTara
ইত্যাদি-ityaadi