Anonymous

Changes

From Open Educational Resources
10 bytes removed ,  10:17, 5 February 2016
Line 10: Line 10:     
==Geogebra==
 
==Geogebra==
GeoGebra
+
#GeoGebra  হল এক ধৰণৰ কম্পিউটাৰ software যাৰ সহায়ত আমি জ্যামিতি আৰু এলজেব্ৰা অতি সহজ আৰু ফলপ্ৰসু ভাবে কম্পিউটাৰৰ সহায়ত শিকিব পাৰো ।‍ ইয়াৰ সহায়ত গণিতৰ বহু জটিল  জ্যামিতিক ধৰ্ম আৰু সমস্যা সমূহ অতি সুন্দৰ আৰু সৰল ভাবে  শিকিব পাৰি ।‍
GeoGebra  হল এক ধৰণৰ কম্পিউটাৰ software যাৰ সহায়ত আমি জ্যামিতি আৰু এলজেব্ৰা অতি সহজ আৰু ফলপ্ৰসু ভাবে কম্পিউটাৰৰ সহায়ত শিকিব পাৰো ।‍ ইয়াৰ সহায়ত গণিতৰ বহু জটিল  জ্যামিতিক ধৰ্ম আৰু সমস্যা সমূহ অতি সুন্দৰ আৰু সৰল ভাবে  শিকিব পাৰি ।‍
   
এতিয়া প্ৰশ্ন হল কম্পিউটাৰৰ এই নিদেশাৱ্লী প্ৰস্তুত কাৰীয়ে কিয় ইয়াৰ নামাকৰণ Geogebra ৰাখিলে ? Geo মানে হল  geometry আৰু  gebra মানে হল algzebra ।‍ Geogebra software ৰ সহায়ত আমি সকলো ধৰণৰ জ্যামিতিক ছবিক  algzebra ৰ সমীকৰণ ৰূপত প্ৰকাশ কৰিব পাৰো ।‍ এই  নিদেশাৱ্লী সহায়ত আমি একে সময়তে  জ্যামিতিক ছবিক আৰু তাৰ গাণিতিক উপস্থাপন দেখা পাব পাৰো, সেয়েহে ইয়াৰ নাম ৰখা হল  geogebra ।‍
 
এতিয়া প্ৰশ্ন হল কম্পিউটাৰৰ এই নিদেশাৱ্লী প্ৰস্তুত কাৰীয়ে কিয় ইয়াৰ নামাকৰণ Geogebra ৰাখিলে ? Geo মানে হল  geometry আৰু  gebra মানে হল algzebra ।‍ Geogebra software ৰ সহায়ত আমি সকলো ধৰণৰ জ্যামিতিক ছবিক  algzebra ৰ সমীকৰণ ৰূপত প্ৰকাশ কৰিব পাৰো ।‍ এই  নিদেশাৱ্লী সহায়ত আমি একে সময়তে  জ্যামিতিক ছবিক আৰু তাৰ গাণিতিক উপস্থাপন দেখা পাব পাৰো, সেয়েহে ইয়াৰ নাম ৰখা হল  geogebra ।‍
Geogebra  software ৰ সহায়ত আমি অকাঁ জ্যামিতিক ছবি সমূহক animate কৰিব পাৰো, লগতে কেনেকৈ কিছুমান জ্যামিতিক ছবিৰ মান্ যেনে দীঘ, কালি, পৰিধি আদিৰ মান্  dynamically কেনেকৈ সলনি হয়, পাব পাৰো  ।‍
+
#Geogebra  software ৰ সহায়ত আমি অকাঁ জ্যামিতিক ছবি সমূহক animate কৰিব পাৰো, লগতে কেনেকৈ কিছুমান জ্যামিতিক ছবিৰ মান্ যেনে দীঘ, কালি, পৰিধি আদিৰ মান্  dynamically কেনেকৈ সলনি হয়, পাব পাৰো  ।‍
Geogebra  software ক খুলিবলৈ আমি  Application ত  Click কৰি Education ভাগ বাছনি  কৰিব লাগিব ।‍ Education ভাগত থকা geogebra ত  Click কৰিলে এই  software টো মুকলি হব ।‍ এই  software টো এটা চাৰিচুকীয়া বাকচ আকাৰত বা খিৰিকি আকাৰত মুকলি হয় ।‍
+
#Geogebra  software ক খুলিবলৈ আমি  Application ত  Click কৰি Education ভাগ বাছনি  কৰিব লাগিব ।‍ Education ভাগত থকা geogebra ত  Click কৰিলে এই  software টো মুকলি হব ।‍ এই  software টো এটা চাৰিচুকীয়া বাকচ আকাৰত বা খিৰিকি আকাৰত মুকলি হয় ।‍
এই চাৰিচুকীয়া বাকচত দুটা ভাগ আছে, সোঁ ফালৰ ভাগত জ্যামিতিক ছবি সমূহ  দৃশ্য মান হয় আৰু বাওঁফালৰ ভাগত এই ছবিবোৰৰ গাণিতিক সমীকৰণ  দৃশ্য্ মান হয়; লগতে জ্যামিতিক ছবি আকিবলৈ এডাল জ্যামিতিক  সজূলিসমূহৰ বাকচ আছে ।‍
+
#এই চাৰিচুকীয়া বাকচত দুটা ভাগ আছে, সোঁ ফালৰ ভাগত জ্যামিতিক ছবি সমূহ  দৃশ্য মান হয় আৰু বাওঁফালৰ ভাগত এই ছবিবোৰৰ গাণিতিক সমীকৰণ  দৃশ্য্ মান হয়; লগতে জ্যামিতিক ছবি আকিবলৈ এডাল জ্যামিতিক  সজূলিসমূহৰ বাকচ আছে ।‍
আমি এতিয়া জ্যামিতিৰ এটা উপপাদ্য্  geogebra  সহায়ত উপস্থাপন কৰো ।‍
+
#আমি এতিয়া জ্যামিতিৰ এটা উপপাদ্য্  geogebra  সহায়ত উপস্থাপন কৰো ।‍
“ এটা বৃত্তৰ এটা চাপে কেন্দ্ৰত সৄষ্টি কৰা কোণ, বৃত্তটোৰ আনটো প্ৰান্তত সৄষ্টি কৰা কোণৰ দুগুণ আৰু চক্ৰীয় চতুভূজৰ বিপৰীত কোণৰ সমষ্টি ১৮০০” ।
+
#“ এটা বৃত্তৰ এটা চাপে কেন্দ্ৰত সৄষ্টি কৰা কোণ, বৃত্তটোৰ আনটো প্ৰান্তত সৄষ্টি কৰা কোণৰ দুগুণ আৰু চক্ৰীয় চতুভূজৰ বিপৰীত কোণৰ সমষ্টি ১৮০০” ।
১. শ্ৰী হেম চন্দ্ৰ কলিতা, ২. শ্ৰী দেব কুমাৰ গগৈ, ৩. শ্ৰী কুন্তল চুতীয়া, ৪. শ্ৰী দিগন্ত বৰা, ৫. শ্ৰী অমৃত প্ৰতিম শাণ্ডীল্য ধেমাজি জিলা (অসম)
+
#১. শ্ৰী হেম চন্দ্ৰ কলিতা, ২. শ্ৰী দেব কুমাৰ গগৈ, ৩. শ্ৰী কুন্তল চুতীয়া, ৪. শ্ৰী দিগন্ত বৰা, ৫. শ্ৰী অমৃত প্ৰতিম শাণ্ডীল্য, ধেমাজি জিলা (অসম)
 +
 
 
==Freemind==
 
==Freemind==
    
==Public Software Posters==
 
==Public Software Posters==